ক’ভিড আপডেট

নিউজ ডেস্ক- পুনৰ কোভিড শূণ্য হ’ল ৰাজ্য। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কোভিডত আক্ৰান্ত হোৱা নাই এগৰাকীও লোক। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই । পজিভিটিৰ হাৰ ০.০০ শতাংশ। বৰ্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৩গৰাকী।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২৫৩৯ গৰাকী। মৃত্যুমুখত পৰিছে ৬০ জন লোক। বিগত ২৪ঘন্টাত আৰোগ্যৰ সংখ্যা ৪,৪৯১গৰাকী ।

You might also like
Leave A Reply

Your email address will not be published.