ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ৪ গৰাকী লোক। কামৰূপ (মেট্ৰ’)ত আক্ৰান্ত হৈছে ৩ গৰাকী লোক। যোৱা ২৪ ঘণ্টাত এজনো মৃত্যু হোৱা নাই কোভিড ৰোগী। পজিভিটিৰ হাৰ ০.৪৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৯ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২০৭৫ গৰাকী। মৃত্যুমুখত পৰিছে ৭১ জন লোক। পজিভিটিৰ হাৰ ০.৫৬ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.