অন্তৰ্বাসত মহিলাই লুকুৱাই আনিছিল ড্ৰাগছ!

অন্তৰ্বাসত মহিলাই লুকুৱাই আনিছিল ড্ৰাগছ!বোকাজানৰ খটখটীত যাত্ৰীবাহী বাছত উদ্ধাৰ প্ৰায় ১০ লাখ টকাৰ হেৰ’ইন।ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখী AS02-CC-2104 নম্বৰৰ আলট্ৰা বাছত উদ্ধাৰ ড্ৰাগছখিনি।৯ টা চাবোনৰ বাকচত কঢ়িয়াই আনিছিল ১০৯.৩২ গ্ৰাম সন্দেহজনক হেৰ’ইন।বৰ্তমানে ডিমাপুৰৰ বাসিন্দা মৈৰাবাৰীৰ আলেমন নেচাই অন্তৰ্বাসৰ তলত কৌশলেৰে কঢ়িয়াই আনিছিল ড্ৰাগছখিনি।পুৱা প্ৰায় ৮ বজাত সেনা-আৰক্ষীৰ যৌথ অভিযানত জালত পৰে মহিলাগৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.