ক’ভিড আপডেট

নিউজ ডেস্ক- পুনৰ কোভিড শুন্য ৰাজ্য। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ এজনো আক্ৰান্ত হোৱা নাই কোভিডত। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই । পজিভিটিৰ হাৰ ০.০০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৯০ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,২৩৩ গৰাকী। মৃত্যুমুখত পৰিছে ৩১ গৰাকী লোক। দেশত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৪,৭০৪ গৰাকী। পজিভিটিৰ হাৰ ০.২০ শতাংশ

You might also like
Leave A Reply

Your email address will not be published.