আজি ৩১ মাৰ্চ

➡️১৭২৭ চনৰ ৩১ মাৰ্চ তাৰিখে বিজ্ঞানী ছাৰ আইজাক নিউটনৰ মৃত্যু হৈছিল। নিউটনৰ মৃত্যুৰ পৰম্পৰাগত তাৰিখ ২০ মাৰ্চ।
➡️১৯১৪ চনৰ আজিৰ দিনটোতে মেক্সিকোৰ কবি-সাহিত্যিক-সমালোচক অক্টাভিঅ’ পাজৰ জন্ম হৈছিল। ১৯৯০ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
➡️১৯২৮ চনৰ এই দিনটোতে সাহিত্যিক মেদিনী চৌধুৰীৰ জন্ম হৈছিল।
➡️১৯৬৪ চনৰ ৩১ মাৰ্চ তাৰিখে মুম্বাইত চিৰদিনৰ বাবে ইলেক্ট্ৰিক ট্ৰামৰ প্ৰচলন বন্ধ কৰা হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে শচীন তেণ্ডুলকাৰ এদিনীয়া ক্ৰিকেটত ১০,০০০ ৰান অতিক্ৰম কৰা বিশ্বৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.