আজি ৮ এপ্ৰিল

➡️১৮৫৭ চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহৰ অগ্ৰণী সৈনিক মংগল পাণ্ডেক ব্ৰিটিছ চৰকাৰে ফাঁচি দিছিল।
➡️১৮৯৪ চনৰ ৮ এপ্ৰিল তাৰিখে বাংলা সাহিত্যিক বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ মৃত্যু হৈছিল।
➡️১৯২৯ চনৰ এই দিনটোতে স্বাধীনতা সংগ্ৰামী ভগৎ সিঙৰ দিল্লীৰ চেন্ট্ৰেল এছেমব্লী ভৱনলৈ বোমা নিক্ষেপ আৰু স্বাধীনতাৰ প্ৰচাৰ-পত্ৰ বিতৰণ।
➡️১৯৭৩ চনৰ আজিৰ দিনটোতে বিশ্ব বিখ্যাত চিত্ৰশিল্পী পাবলো পিকাছোৰ মৃত্যু হৈছিল।
➡️১৯৯৭ চনৰ এই দিনটোতে কবি, শিশু সাহিত্যিক ভৱানন্দ ৰাজখোৱাৰ মৃত্যু হৈছিল।
➡️২০০৪ চনৰ ৮ এপ্ৰিল তাৰিখে আকাশবাণীৰ বাতৰি পঢ়োতা, ঘোষক, অভিনেতা নীৰেন বৰুৱাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.