আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত সংঘটিত হৈছে ভয়াৱহ গুলীচালনাৰ ঘটনা।দেওবাৰে সন্ধিয়া ৪.১৩ বজাত লছ এঞ্জেলছৰ ব্লেকলি এভিনিউৰ ১২২০০ ব্লকত কোনো অচিনাক্ত বন্দুকধাৰীয়ে সংঘটিত কৰা গুলীচালনাত থিতাতে নিহত হয় দুগৰাকী লোক। আনহাতে গুলিচালনাত আহত হয় আন চাৰি গৰাকী। ইফালে এই ঘটনাত চাৰিগৰাকী আঘাটপ্ৰাপ্তক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like