আজি ১৩ এপ্ৰিল

➡️আজিৰ দিনটো জালিয়ানৱালাবাগ দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৪৩ চনৰ আজিৰ দিনটোতে মাৰ্কিন ৰাজনীতিবিদ তথা ৰাষ্ট্ৰপতি টমাছ জেফাৰছনৰ জন্ম হৈছিল।
➡️১৯০৫ চনৰ ১৩ এপ্ৰিল তাৰিখে উত্তৰ প্ৰদেশত প্ৰবল ভূমিকম্পত ১৫ হাজাৰ লোকৰ মৃত্যু হৈছিল।
➡️১৯০৬ চনৰ এই দিনটোতে সাহিত্যিক ছেমুৱেল বেকটৰ জন্ম হৈছিল। ১৯৬৯ চনত বেকটে লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৯১৯ চনৰ আজিৰ দিনটোতে পঞ্জাবৰ জালিয়ানৱালাবাগত ইংৰাজৰ গুলীচালনাত ৪০০ লোক নিহত হৈছিল আৰু ১,২০০ লোক আহত হৈছিল।
➡️১৯৯৯ চনৰ ১৩ এপ্ৰিল তাৰিখে ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.