আজি ১৪ এপ্ৰিল

➡️আজিৰ দিনটো অগ্নিসেৱা দিৱস হিচাপে পালন কৰা হয়।
➡️১৬২৯ চনৰ ১৪ এপ্ৰিল তাৰিখে নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ খ্ৰীষ্টিয়ান হাইজেন্সৰ জন্ম হৈছিল।
➡️১৮৮৯ চনৰ এই দিনটোতে ইংৰাজ ইতিহাসবিদ আৰ্নল্ড যোছেফ টয়নবিৰ জন্ম হৈছিল।
➡️১৮৯১ চনৰ ১৪ এপ্ৰিল তাৰিখে ভাৰতীয় ৰাজনীতিবিদ, ভাৰতৰ সংবিধানৰ অন্যতম প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰৰ জন্ম হৈছল।
➡️১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ অভিযন্তা তথা ৰাজনীতিবিদ এম বিশ্বেশ্বাৰায়াৰ মৃত্যু হৈছিল।
➡️১৯৬৩ চনৰ এই দিনটোতে ৰাহুল সংকৃত্যায়নৰ মৃত্যু হৈছিল।
➡️১৯৮৭ চনৰ ১৪ এপ্ৰিল তাৰিখে ভাৰতৰ তৃতীয় দীৰ্ঘতম পথ দলং (৩.০৫ কিলোমিটাৰ) ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলিয়াভোমোৰা দলং মুকলি কৰা হৈছিল।
➡️২০০৫ চনৰ আজিৰ দিনটোতে শিক্ষাবিদ, সাহিত্যিক উমাকান্ত শৰ্মাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.