আজি ১৬ এপ্ৰিল

➡️আজিৰ দিনটো ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৫৩ চনৰ এই দিনটোতে ভাৰতত প্ৰথম ৰে’লগাড়ীৰ চলাচল হৈছিল মুম্বাইৰ পৰা থানালৈ।
➡️১৮৮৯ চনৰ ১৬ এপ্ৰিল তাৰিখে বিশ্ববিশ্ৰুত কৌতুক অভিনেতা, পৰিচালক, প্ৰযোজন, লেখক চাৰ্লি চেপলিনৰ লণ্ডনত জন্ম হৈছিল।
➡️১৯১৬ চনৰ আজিৰ দিনটোতে বংগৰ শান্তিনিকেতনত বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ আধাৰশীলা স্থাপন কৰা হৈছিল।
➡️১৯৭৫ চনৰ এই দিনটোতে শিক্ষাবিদ, দাৰ্শনিক, স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ ১৬ এপ্ৰিল তাৰিখে বুৰঞ্জীবিদ হেৰম্বকান্ত বৰপূজাৰীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.