আজি ২০ এপ্ৰিল

➡️১৮৪১ চনৰ ২০ এপ্ৰিল তাৰিখে মাৰ্কিন গল্পকাৰ এডগাৰ এলেন পোৰ ‘মাৰ্ডাৰছ ইন দি ৰূ মৰ্গ’ প্ৰকাশ পাইছিল। এইটোক বিশ্বৰ প্ৰথম ৰহস্য গল্প ৰূপে আখ্যা দিয়া হয়।
➡️১৮৮৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ অবিসম্বাদী নেতা আডলফ হিটলাৰৰ জন্ম হৈছিল।
➡️১৯২০ চনৰ এই দিনটোতে বেলজিয়ামৰ এণ্টোৱাৰ্পত সপ্তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। ১২ ছেপ্তেম্বৰত এই সমাৰোহৰ সামৰণি পৰে।
➡️১৯৬৪ চনৰ ২০ এপ্ৰিল তাৰিখে কেৰালাৰ পাইয়োনী গাঁৱত দৌৰবিদ পি টি ঊষাৰ জন্ম হৈছিল।
➡️১৯৭৪ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মৃত্যু হৈছিল।
➡️১৯৮৯ চনৰ এই দিনটোতে মেক্সিকোৰ কবি-সাহিত্যিক অক্টাভিঅ’ পাজৰ মৃত্যু হৈছিল। জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতি স্বৰূপে পাজে ১৯৯০ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.