আজি ২৪ এপ্ৰিল

➡️আজিৰ দিনটো মানৱ একতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৭৩১ চনৰ এই দিনটোতে ইংৰাজ সাহিত্যিক ডেনিয়েল ডিফোৰ মৃত্যু হৈছিল।
➡️১৯৭২ চনৰ ২৪ এপ্ৰিল তাৰিখে বিশিষ্ট চিত্ৰশিল্পী যামিনী ৰায়ৰ মৃত্যু হৈছিল।
➡️১৯৭৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰৰ জন্ম হৈছিল।
➡️১৯৮৪ চনৰ এই দিনটোতে গুৱাহাটীলৈ প্ৰথম ব্ৰডগজ ৰে’ল চলাচল আৰম্ভ হৈছিল।
➡️১৯৮৫ চনৰ ২৪ এপ্ৰিল তাৰিখে অসম গণ পৰিষদৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.