গেৰুৱাময় গুৱাহাটীত কোন ক’ত জিকিল সবিশেষ

৯ বছৰৰ মূৰত অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০টা ৱাৰ্ডৰ ৫২টাতে বিজেপিৰ বিজয়।৬টাত জিকিল মিত্ৰদল অসম গণ পৰিষদ। এটাকৈ ৱাৰ্ডত বিজয়ী অসম জাতীয় পৰিষদ আৰু আম আদমী পাৰ্টীৰ প্ৰাৰ্থী। ৩টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীৰ বিনাপ্ৰতিদ্বন্দিতাৰে বিজয়ৰ পাছত যোৱা ২২ এপ্ৰিলত অনুষ্ঠিত হৈছিল ৫৭টা ৱাৰ্ডৰ নিৰ্বাচন।আজি ঘোষিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল-

▶️১নং ৱাৰ্ডত এজেপিৰ প্ৰাৰ্থী হুকুম চান্দ আলী বক্সিৰ জয়লাভ
▶️২নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী মুকুল কলিতাৰ জয়লাভ
▶️৩নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী কল্লোল চক্ৰৱৰ্তীৰ জয়লাভ
▶️৪নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী কনকলতা সাহাৰ জয়লাভ
▶️৫নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী সঞ্জয় দাসৰ জয়লাভ
▶️৬নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী সুতপা সৰকাৰৰ জয়লাভ
▶️৭নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী অজয় চক্ৰৱৰ্তীৰ জয়লাভ
▶️৮নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী সুধন্য মালাকাৰৰ জয়লাভ
▶️৯নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী অৰ্চনা দাসৰ জয়লাভ
▶️১০নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী কল্পনা দাসৰ জয়লাভ
▶️১১নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী মঞ্জুলা দেৱীৰ জয়লাভ
▶️১২নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী দীপাংকৰ বৈশ্যৰ জয়লাভ
▶️১৩নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী পূৰবী তালুকদাৰৰ জয়লাভ
▶️১৪নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী মঞ্জু বৰাৰ জয়লাভ
▶️১৫নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী সৌৰভ ঝুনঝুনৱালাৰ জয়লাভ
▶️১৬নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী প্ৰমোদ স্বামীৰ জয়লাভ
▶️১৭নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী স্নিগ্ধা বৰুৱাৰ জয়লাভ
▶️১৮নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী শংকৰ চক্ৰৱৰ্তীৰ জয়লাভ
▶️১৯নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বৃজেশ ৰয়ৰ জয়লাভ
▶️২০নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী গৌড়মণ্ডলৰ জয়লাভ
▶️২১নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী সঞ্জীৱ দেৱৰ জয়লাভ
▶️২২নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী স্মিতা ৰয়ৰ জয়লাভ
▶️২৩নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী মনজিত দৈমাৰীৰ জয়লাভ
▶️২৪নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী বিজু মেধিৰ জয়লাভ
▶️২৫নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী মঞ্জুলা ৰাভাৰ জয়লাভ
▶️২৬নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী ৰাণা চেতিয়াৰ জয়লাভ
▶️২৭নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী ৰিংকুমণি বৰাৰ জয়লাভ
▶️২৮নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী স্নিগ্ধা দৈমাৰীৰ জয়লাভ
▶️২৯নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী মৃগেন শৰণীয়াৰ জয়লাভ
▶️৩০নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিনিতা দত্ত চৌধৰীৰ জয়লাভ
▶️৩১নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী ৰত্না সিঙৰ জয়লাভ
▶️৩২নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী নীলমজ্যোতি ভূঞাৰ জয়লাভ
▶️৩৩নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী মীৰা দাসৰ জয়লাভ
▶️৩৪নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী জোনমণি ডেকা দাসৰ জয়লাভ
▶️৩৫নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী নবীন বৰাৰ জয়লাভ
▶️৩৬নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী মেঘনা হাজৰিকাৰ জয়লাভ
▶️৩৭নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী স্বপ্না দেৱীৰ জয়লাভ
▶️৩৮নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী শশাংকজ্যোতি ডেকাৰ জয়লাভ
▶️৩৯নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী অভীক সোমৰ জয়লাভ
▶️৪০নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী ববিতা ডোকাৰ জয়লাভ
▶️৪১নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বাসন্তী কলিতা দুৱৰাৰ জয়লাভ
▶️৪২নং ৱাৰ্ডত আপৰ প্ৰাৰ্থী মাচুমা বেগমৰ জয়লাভ
▶️৪৩নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী অঞ্জনা বৰাৰ জয়লাভ
▶️৪৪নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী সত্যেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ জয়লাভ
▶️৪৫নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী মাধৱী তালুকদাৰৰ জয়লাভ
▶️৪৬নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী আশিস ভৰালীৰ জয়লাভ
▶️৪৭নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী প্ৰফুল্ল মহন্তৰ জয়লাভ
▶️৪৮নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী দুলুমণি কাকতিৰ জয়লাভ
▶️৪৯নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী অৰূপ ডেকাৰ জয়লাভ
▶️৫০নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী উৎপল মহন্তৰ জয়লাভ
▶️৫১নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী ডিম্পল ৰাভাৰ জয়লাভ
▶️৫২নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী গকুল গোস্বামীৰ জয়লাভ
▶️৫৩নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী লিপিকা পাটোৱাৰী কলিতাৰ জয়লাভ
▶️৫৪নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী গীতা ঠাকুৰীয়া কলিতাৰ জয়লাভ
▶️৫৬নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী মনোজ কুমাৰ নাথৰ জয়লাভ
▶️৫৭নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী কবিতা শৰ্মাৰ জয়লাভ
▶️৫৮নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী গৌড়ি বৰাৰ জয়লাভ
▶️৫৯নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী অসীম শইকীয়াৰ জয়লাভ
▶️৬০নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰুৱাৰ জয়লাভ।।

You might also like
Leave A Reply

Your email address will not be published.