সীমান্ত সুৰক্ষা বাহিনী বৃহৎ সফলতা।

সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ বৃহৎ সফলতা।ভাৰতৰ মাটিত পাকিস্তানৰ চোৰাং ব্যৱসায়ৰ প্ৰচেষ্টা বিফল কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে । সোমবাৰে পাকিস্তানৰ ফালৰ পৰা অহা এখন ড্ৰোন গুলীবৰ্ষণ কৰি ভূপতিত কৰে বি এছ এফে ।ড্ৰোনখনে সীমান্তৰ সিপাৰৰ পৰা পঞ্জাৱৰ অমৃতসৰলৈ হেৰ’ইন কঢ়িয়াই আনিছিল। সীমান্ত সুৰক্ষা বাহিনীয়ে পাকিস্তানী ড্ৰোনখনৰ পৰা উদ্ধাৰ কৰে ১০.৬৭ কিলোগ্ৰাম ওজনৰ মুঠ ৯ পেকেট হেৰ’ইন।।

You might also like
Leave A Reply

Your email address will not be published.