ক’ভিড আপডটে

নিউজ ডেস্ক- দেশত দৈনিক বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা। দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,২০২ গৰাকী। মৃত্যুমুখত পৰিছে ১১ গৰাকী লোক। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৭,৩১৭ গৰাকী। দৈনিক পজিভিটিৰ হাৰ ০.৫৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৪ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.