তীব্ৰবেগী বাহনৰ খুন্দাত নিহত এটা নাহৰফুটুকী বাঘ। বুধবাৰে গোলাঘাট জিলাত এখন তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় নাহৰফুটুকী বাঘটো । ঘটনাটো সংঘটিত হৈছে বোকাখাতৰ পানবাৰী অঞ্চলত । জানিব পৰা মতে, নাহৰফুটুকী বাঘটোৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱা অৱস্থাত তীব্ৰবেগী বাহনখনে খুন্দা মাৰে। আনহাতে বাহনখনে ঘটনাটো সংঘটিত কৰি ততাতৈয়াকৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।পাছত বন কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে বাঘৰ মৃতদেহটো লৈ যায়।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.