কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলিত নিহত বেংক মেনেজাৰ !

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ গুলিত নিহত এজন লোক। দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গোপালপোৰা অঞ্চলত এজন বিদ্যালয়ৰ শিক্ষকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰাৰ ঠিক দুদিন পিছতে বৃহস্পতিবাৰে কুলগামত ৰাজস্থানৰ বেংক মেনেজাৰক গুলীয়াই হত্যা কৰে। মৃত বেংক মেনেজাৰজন ৰাজস্থানৰ হনুমানগড়ৰ বাসিন্দা বিজয় কুমাৰ বুলি জানিব পৰা গৈছে। দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ আৰে মোহন পোৰাৰ এলাকুৱেই দেহাটি বেংকত কৰ্মৰত আছিল বিজয় কুমাৰ।গুলিবিদ্ধ কুমাৰক এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে।।

You might also like
Leave A Reply

Your email address will not be published.