বিধ্বংসী অগ্নিকাণ্ড!

উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। শনিবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যু হয় আৰু ১৯ জন আহত হয়। খৱৰ পোৱাৰ পিছত, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী জুই নিয়ন্ত্ৰণলৈ আনিবলৈ ঘটনাস্থলীলৈ ততাতৈয়াকৈ ৰাওনা হয় । আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰি টুইট যোগে সমৱেদনা জ্ঞাপন কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.