পুনৰ সৰ্বসাধাৰনৰ ওপৰত মাধমাৰ!

পুনৰ সৰ্বসাধাৰনৰ ওপৰত মাধমাৰ। ১৮ জুলাইৰ পৰা ২১ বিধ খাদ্য সামগ্ৰীৰ ওপৰত লাগিব GST। দৈ, লাচি, বাটাৰ, মৌকে ধৰি দুগ্ধজাত সামগ্ৰীৰ ওপৰত পৰিব GSTৰ মাধমাৰ। শেহতীয়াকৈ বহু সামগ্ৰীৰ ১৮ৰ পৰা ২৮ শতাংশলৈ বাঢ়িছিল GST। কেতবোৰ সামগ্ৰীত বৃদ্ধি পাইছিল ৫ৰ পৰা ১২ শতাংশ পৰ্যন্ত।

You might also like
Leave A Reply

Your email address will not be published.