নগাঁৱত ক’ভিড হস্পিতালৰ পৰা পলাল আচামী

নগাঁৱৰ কভিড চিকিৎসালয়ৰ পৰা পলায়ন ড্ৰাগছ ব্যৱসায়ীৰ।পলায়ন কৰিলে আচামী নেকিবুৰ ৰহমানে।
এসপ্তাহ পূৰ্বে হয়বৰগাঁও আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিছিল নেকিবুৰক।
কভিডত আক্ৰান্ত নেকিবুৰক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।
তাৰ পৰাই আৰক্ষীৰ গাফিলতিৰ বাবে পলায়নৰ অভিযোগ।

You might also like
Leave A Reply

Your email address will not be published.