আজি ৭ আগষ্ট

➡️১১০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু হৈছিল।
➡️১৮৯৯ চনৰ এই দিনটোতে সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল।
➡️১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হৈছিল।
➡️২০০৭ চনৰ আজিৰ দিনটোতে শ্যাম বেনেগালক ২০০৫ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল।
➡️১৮৪৮ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ ৰসায়ন-বিজ্ঞানী জনছ জেকব বাৰ্জেলিয়াছৰ মৃত্যু।
➡️১৮৭৬ চনৰ এই দিনটোতে মহিলা গুপ্তচৰ মাতাহাৰীৰ নেদাৰলেণ্ডছত জন্ম হৈছিল। নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱা ৰূপে বিশেষ খ্যাতি অৰ্জন কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.