আজি ২৬ জুলাই

➡️আজিৰ দিনটো মালদ্বীপৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৯৭৮ চনৰ এই দিনটোতে লণ্ডনত বিশ্বৰ প্ৰথমটো টেষ্ট টিউব বেবীৰ জন্ম হৈছিল। এই শিশুটিৰ নাম লুইজ জয় ব্ৰাউন।
➡️২০০১ চনৰ ২৬ জুলাই তাৰিখে শ্বেৰ বাহাদুৰ দেউবাৰ নেপালৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ।
➡️২০০৪ চনৰ আজিৰ দিনটোতে সু-সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী নাৰায়ণ ঘাটোৱাৰৰ মৃত্যু হৈছিল।
➡️১৮৫৬ চনৰ ২৬ জুলাই তাৰিখে আইৰিছ নাট্যকাৰ আৰু সমালোচক জৰ্জ বাৰ্নাৰ্ড শ্বৰ জন্ম হৈছিল। বাৰ্নাৰ্ড শ্বই ১৯২৫ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৮৯৪ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক আলডুছ হাক্সলীৰ ইংলেণ্ডত জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.