ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৩০৪ গৰাকী লোক। আক্ৰান্তসকলৰ ৩৭ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ। পজিটিভিটিৰ হাৰ ৪.৬৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৩৯ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১২,৭৫১ গৰাকী। পজিটিভিটিৰ হাৰ ৩.৫০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫১ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৩১,৮০৭ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.