অসমৰ ৪ আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ বিশেষ সন্মান

অসমৰ চাৰিগৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিকতা বটা।

হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস, উপ-আৰক্ষী অধীক্ষক ৰ’জি তালুকদাৰ আৰু উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়ালৈ এই বটা।

দেশৰ সৰ্বমুঠ ১৫১গৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বিশেষ সন্মান।

You might also like
Leave A Reply

Your email address will not be published.