নুপুৰ শৰ্মাক হত্যাৰ বাবে নিয়োজিত পাক-সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডৰ বৃহৎ সফলতা। শুকুৰবাৰে ছাহাৰনপুৰৰ পৰা জৈইছ-ই-মহম্মদ আৰু তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি)ৰ সৈতে জড়িত সন্ত্ৰাসবাদী মহম্মদ নাদীমক গ্ৰেপ্তাৰ।নাদীমৰ প্ৰত্যক্ষ যোগাযোগ আছিল পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদ আৰু তেহৰিক-ই-তালিবান পাকিস্তানৰে। নুপুৰ শৰ্মাক হত্যা কৰাৰ বাবে তেওঁক জেইছৰ পৰা দায়িত্ব দিয়া হৈছিল বুলি উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.