কাৰ্লোছ আলকাৰাজ ইউ এছ অ’পেন চেম্পিয়ন

স্পেইনৰ কিশোৰ কাৰ্লোছ আলকাৰাজ ইউ এছ অ’পেন চেম্পিয়ন। কাৰ্লোছে প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰি বিশ্বৰ এক নম্বৰ ৰেংকিঙত উন্নীত হোৱা আটাইতকৈ কম বয়সীয়া টেনিচ খেলুৱৈ হিচাপে পৰিগণিত হয়। ১৯ বছৰীয়া কাৰ্লোছে নৰৱেৰ কেছপাৰ ৰুডৰ বিৰুদ্ধে ৬-৪, ২-৬, ৭-৬ (৭/১), ৬-৩ ছেটত জয়লাভ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.