আজি ১২ আগষ্ট

১৮৪৮ ৰে'লৰ ইঞ্জিনৰ আবিষ্কাৰক জর্জ ষ্টিফেনছনব মৃত্যু।

১২ আগষ্ট

১৬০২ আকবৰ নামে খ্যাত আবুল ফজলৰ মৃত্যু।

১৭৬৫ বংগৰ গৱৰ্নৰ ৰবাৰ্ট ক্লাইভৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্রাট শ্বাহ আলমৰ পৰা বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ। ব্ৰিটিছ অধিকৃত ভাৰতৰ ইতিহাসত ই এক অতি তাৎপর্যপূর্ণ সংঘটন। কিয়নো, ইয়েই আছিল ভাৰতত প্রকৃত ইংবাজ শাসনৰ আৰম্ভণি

 

১৮৪৮ ৰে’লৰ ইঞ্জিনৰ আবিষ্কাৰক জর্জ ষ্টিফেনছনব মৃত্যু।

১৯১৯ ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্রম ছাবাভাইন জন্ম। ১৯৩৫ প্রথম অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক বাতবি’স প্রকাশ। সম্পাদক। নীলমণি ফুকন।

১৯৫৫ প্রখ্যাত জার্মান ঔপন্যাসিক টমাছ মানৰ মৃত্যু। ১৯২৯ চনত তেওঁ সাহিত্যিৰ নোবেল বঁটা লাভ কৰিছিল।

 

১৯৫৫ মার্কিন বিজ্ঞানী জেমছ বি ছুমনাৰৰ মৃত্যু। ১৯৪৬ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

 

১৯৯৭ কেছেট জগতৰ সম্রাট গুলছন কুমাৰক হত্যা।

 

২০০৪ আমেৰিকান সৈন্যৰ আক্ৰমণত ১৬৫জন ইৰাকী সৈন্যৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.