অজিত দাস অপহৰণৰ মাষ্টাৰ মাইণ্ড এনকাউন্টাৰত নিহত

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

কাৰ্বি আংলঙৰ দলদলি ৰিজাৰ্ভ বনাঞ্চলত সংঘৰ্ষত নিহত ব্যৱসায়ি অজিত দাসৰ অপহৰণ কাণ্ডৰ মূল অভিযুক্ত কানৱালদীপ সিং সিদ্ধু। আৰক্ষীয়ে কৰায়ত্ত কৰোতেই আৰক্ষীৰ পৰা মাৰনাস্ত্ৰ কাঢ়ি গুলীচালনা কৰিছিল কানৱালদীপে। প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীত নিহত হয় অপহৰণকাৰী ৰে’ল আৰক্ষীৰ পৰিদৰ্শক কানৱালদীপ সিং সিদ্ধু।।

You might also like
Leave A Reply

Your email address will not be published.