অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক

টকিঅ’ অলিম্পিকত প্ৰথমটো পদক লাভ ভাৰতৰ।উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ মনিপুৰৰ মীৰাবাঈ চানুৱে ৪৯ কেঃজিঃ শাখাৰ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।মুঠ ১১০ কিলোগ্ৰাম ভাৰোত্তোলনেৰে মীৰাবাঈ চানুৱে দ্বিতীয় স্থান দখলেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

ইফালে নিউজিলেণ্ডক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অলিম্পিকত বিজয় যাত্ৰা আৰম্ভ কৰিছে ভাৰতৰ পুৰুষ হকী দলে।।

You might also like
Leave A Reply

Your email address will not be published.