মমতাৰ তৃণমূলত সোমায়েই উচ্চ সদনলৈ অসমৰ সুস্মিতা দেৱ। সদ্য কংগ্ৰেছ ত্যাগী বৰাকৰ সুস্মিতাক ৰাজ্যসভাৰ বাবে মনোনীত কৰিছে তৃণমূল কংগ্ৰেছে।মমতা বেনাৰ্জীৰ দলৰ পৰা পশ্চিম বংগৰ খালি হৈ থকা ৰাজ্যসভাৰ আসনত প্ৰাৰ্থী হ’ব সুস্মিতা দেৱ। অহা ৪ অক্টোবৰত হ’ব নিৰ্বাচন।
