আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ৰোজগাৰ মেলা’

দেশৰ ৪৫টা স্থানত অনুষ্ঠিত হ’বলগীয়া ৰোজগাৰ মেলাত বিতৰণ কৰা হব প্ৰায় ৭১ হাজাৰ নিযুক্তি পত্ৰ

নিউজ ডেস্ক:

জি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ৰোজগাৰ মেলা’। দেশৰ ৪৫টা স্থানত অনুষ্ঠিত হ’বলগীয়া ৰোজগাৰ মেলাত বিতৰণ কৰা হব প্ৰায় ৭১ হাজাৰ নিযুক্তি পত্ৰ । পুৱা প্ৰায় ১০.৩০ বজাত ভাৰ্চুৱেলি নিযুক্তিপ্ৰাপকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক বৃহৎ পদক্ষেপ এই ৰোজগাৰ মেলা।।

You might also like
Leave A Reply

Your email address will not be published.