আজি ১৭ ছেপ্টেম্বৰ

➡️ ১৮৭৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বাংলা ঔপন্যাসিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল ।

➡️ ১৯১৫ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতীয় চিত্ৰশিল্পী মকবুল ফিদা হুছেইনৰ জন্ম হৈছিল ।

➡️ ১৯৩৪ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ সদস্যপদ ত্যাগ কৰিছিল ।

➡️ ছিউলত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল ১৯৮৮ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা।

➡️১৯৮৯ চনৰ ১৭ ছেপ্টেম্বৰত তামিলনাডুৰ ৰাজনৈতিক দল ডি এম কে গঠন হৈছিল।

➡️ ১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথম টেষ্ট ক্ৰিকেট অনুষ্ঠিত হৈছিল ।

➡️ ১৯৫৬ চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.