ইংলেণ্ড, ইউক্ৰেইন কোৱাৰ্টাৰ ফাইনেলত

স্পৰ্টছ ডেস্ক, এন ই ভাৰত-


ইউৰো কাপ প্ৰতিযোগিতাত ইউক্ৰেইন আৰু ইংলেণ্ডৰ অগ্ৰগতি। দুয়োখন দেশে ইউৰো কাপ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। গ্লাচগোত অনুস্থিত প্ৰি- কোৱাৰ্টাৰ ফাইনেলত ইউক্ৰেইনে চুইডেনক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰে। ইপিনে, আন এখন প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে জাৰ্মানীক ২-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনিত হয়।

You might also like
Leave A Reply

Your email address will not be published.