ইন্টাৰনেচনেল ডেস্ক-
ঈদৰ নামাজৰ সময়তে আফগানিস্তানৰ কাবুলত ভয়ংকৰ মিছাইল আক্ৰমণ। তিনিটাকৈ স্থানত মিছাইল আক্ৰমণ । ৰাষ্ট্ৰপতি ভৱনৰ কাষতেই সংঘটিত হয় এই ঘটনা। পাৰৱান-ছে অঞ্চলৰ পৰা গাড়ীৰে নিক্ষেপ কৰে তিনিটাকৈ মিছাইল। মিছাইল আক্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীৰ লগতে বহু নেতাই অংশ লৈছিল নামাজত। আক্ৰমণৰ আঁৰত তালিবানী সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ।