এইবাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্টু শৰ্মাৰ। আজি বিয়লি ধেমাজি আৰক্ষীৰ জিম্মাৰ পৰা অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰা ৰিন্টুক আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীয়াবলৈ বাধ্য হোৱাত আহত হয় নৃশংস হত্যাকাৰীটো। টুইটাৰ যোগে এই কথা সদৰি কৰিছে অসম আৰক্ষীৰ ADGP জি পি সিঙে।।
