এইবাৰ দুধনৈত আৰক্ষীৰ বৃহৎ সফলতা।দুখন বলেৰ’ গাড়ীৰ তেলৰ টেংকিত ভৰাই অনা অবস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। মনিপুৰৰ পৰা দুধনৈলৈ কঢ়িয়াই অনা হৈছিল ড্ৰাগছখিনি।আৰক্ষীয়ে জব্দ কৰা বলেৰ’ গাড়ী দুখনৰ পৰা ৫০কেজি টেবলেট, নগদ ১৯ লাখ টকা উদ্ধাৰৰ লগতে এগৰাকী মহিলাসহ ৪ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।।
