ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ভিড সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৪৯৯ গৰাকী লোক। মৃত্যু ৯ আক্ৰান্তৰ। মু্ঠ আক্ৰান্তৰ ১১৩ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৬৭ ।

আনহাতে দেশত কমিছে কোভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৪৪,৬৫৮ গৰাকী। মৃত্যু হৈছে ৪৯৬ গৰাকী ৰোগীৰ।।

You might also like
Leave A Reply

Your email address will not be published.