নিউজ ডেস্ক-
ৰাজ্যত ০.৬৪ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৫৭০ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৫ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৩১ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪৩,০৬৮ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৬২ জন।।