ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত অব্যাহত কভিড সংক্রমণ । ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৩০ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ১,৭৭৫ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৩৩ জন লোক। আক্ৰান্তৰ হাৰ ২.২১ শতাংশ। আনহাতে দেশত দিনক দিনে হ্ৰাস পাইছে সংক্রমণ আৰু মৃত্যুৰ হাৰ। দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৫৮,৪১৯ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১,৫৭৬।

You might also like
Leave A Reply

Your email address will not be published.