ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১৫ গৰাকী লোক। আক্ৰান্ত সকলৰ ৫ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৩ গৰাকী গোৱালপাৰা জিলাৰ, ২ গৰাকী বঙাইগাওঁ জিলাৰ, ১ গৰাকী ডিব্ৰুগড় জিলাৰ আৰু ১ গৰাকী গোলাঘাট জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.১৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৩,৯৪৭ গৰাকী । পজিটিভিটিৰ হাৰ ১.২৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৩ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩৯,৫৮৩ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.