ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত-

ৰাজ্যত অব্যাহত ক’ভিডৰ সংক্ৰমণ। হ্ৰাস পাইছে মৃতকৰ সংখ্যা। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,২৮৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২৬ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৮১ জন লোক।সুস্থ হৈ ঘৰলৈ ওভতিছে ৩,১৩৬ পজিটিভিটিৰ হাৰ ২.২৫ শতাংশ। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪৫,৬৬৭ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৮১৭।

You might also like
Leave A Reply

Your email address will not be published.