নিউজ ডেস্ক-
Related Posts
ৰাজ্যত ১.২৭ লৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,৭৯৮ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১০ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২৫৬ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪২,১১৪ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩,৯৯৮ জন।।