ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত সংক্রমণ হ্ৰাস পালেও অব্যাহত আছে উদ্বেগজনক পৰিস্থিতি। মহামাৰীৰ মৃত্যুৰ ৰূপ অব্যাহত। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৮৩ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৫,৭০৮ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৫৬৯ জন লোক। ৰাজ্যত ৪.৯১ শতাংশলৈ হ্ৰাস পজিটিভিটী ৰেট। আনহাতে দেশত তললৈ নামিল দৈনিক সংক্রমণ। দেশত ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,৭৯,৫৩৫ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩,৫৫৬।।

You might also like
Leave A Reply

Your email address will not be published.