ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত ৪.৫ শতাংশৰ তললৈ নামিল সংক্রমণৰ হাৰ। মহামাৰীৰ মৃত্যুৰ ৰূপ অব্যাহত। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৮০ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৫,৪৩৬ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৫৯৫ জন লোক, আক্ৰান্তৰ হাৰ ৪ .৯১ শতাংশ । আনহাতে দেশত তললৈ নামিল দৈনিক সংক্রমণ। দেশত ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,৬৫,১৮৬ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৪৬০ ।

You might also like
Leave A Reply

Your email address will not be published.