নিউজ ডেস্ক-
ৰাজ্যত ০.৭২ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,২৭৫ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১৮ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১০৭ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩০,০২৯ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪২০ জন।।