গুৱাহাটী মহানগৰীৰ নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যভাৰ গ্ৰহণৰ পাছতে নিশাৰ মহানগৰীত অপৰাধীৰ ওপৰত কঠোৰ দৃষ্টি আৰক্ষীৰ। বৃহস্পতিবাৰে নিশা DCP পল্লৱ তামুলীৰ নেতৃত্বত চলা আৰক্ষীৰ অভিযানত জালত পৰিল কুখ্যাত ড্ৰাগছ ব্যৱসায়ী চেম্পিয়ন।বিভিন্ন অপৰাধৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত চেম্পিয়নৰ পত্নীকো চেইন চুৰিৰ অপৰাধত আটক কৰে আৰক্ষীয়ে।।
