গুৱাহাটীত বাৰ্থ ডে’ পাৰ্টীত আকৌ ড্ৰাগছ

মহানগৰীত বাৰ্থ ডে’ পাৰ্টীত পুনৰ ড্ৰাগছৰ পয়োভৰ। চানমাৰি আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ হেৰ’ইন, দুটা ৰাইফলসহ ৪ কুখ্যাত ড্ৰাগছ মাফিয়া।আটকাধীন সকলৰ মাজত আছে হত্যাৰ গোচৰত অভিযুক্তও। দক্ষিণ শৰনীয়াত জন্মদিনৰ পাৰ্টীত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰা ৪ ড্ৰাগছ মাফিয়া ক্ৰমে জনী আলী,আলটাফউদ্দিন লস্কৰ, ৰাহুল দাস আৰু অশোক ছেত্ৰী। ইয়াৰে জনী আলী নামৰ কুখ্যাত ড্ৰাগছ মাফিয়াটো হত্যাৰ গোচৰতো অভিযুক্ত।।

You might also like
Leave A Reply

Your email address will not be published.