জলসংকটত জুৰুলা ইৰান

ইন্টাৰনেচনেল ডেস্ক-

ইৰাণত তীব্ৰ জলসংকট। পানীৰ অভাৱত ইৰাণৰ খুজেস্তানত যোৱা এসপ্তাহ ধৰি ৰাইজে সাব্যস্ত কৰি আছে তীব্ৰ প্ৰতিবাদ। ইতিমধ্যই জলসংকটৰ বাবে সাব্যস্ত কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছে। হিংসাত্মক পৰিস্থিতিত আৰক্ষীকে ধৰি এই পৰ্যন্ত ৪জনৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.