টিকাকৰণ কৰিছে যদি জৰুৰী চিকিৎসাৰ চিন্তা কম!

এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে ইনফ্লুৱেঞ্জাৰ বিৰুদ্ধে টিকাকৰণ কৰা লোকসকলক জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা কম আৰু ফ্লু’ৰ বিৰুদ্ধে টিকাকৰণে কোভিড-১৯ৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। সমগ্ৰ বিশ্বৰ ৭৫,০০০ কোভিড-১৯ ৰোগীৰ বিশ্লেষণত দেখা গৈছে যে বাৰ্ষিক ফ্লু’ শ্বটে কোভিড ৰোগীৰ ষ্ট্ৰোক, চেপচিছ আৰু ডিপ ভেইন থ্ৰম্বোচিছ (ডিভিটি)ৰ আশংকা হ্ৰাস কৰে।

গৱেষকসকলৰ মতে, ফ্লু’ৰ প্ৰতিষেধক দিয়া কোভিড ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ আৰু আই চি ইউত ভৰ্তি কৰাৰ সম্ভাৱনা কম পোৱা গৈছিল।

You might also like
Leave A Reply

Your email address will not be published.