নগাঁৱৰ মহখুলিত গুলীচালনাৰ ঘটনা।এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।গাড়ীখনত আছিল ৫ জন যুৱক। আৰক্ষীৰ গুলীত চকা ফুটি ৰৈ যায় বাহনখন। বাহনখনৰ ৫ যুৱকক আটক কৰিছে আৰক্ষীয়ে।গুলীচালনাৰ কাৰন এই পৰ্যন্ত জানিব পৰা হোৱা নাই।।

Recover your password.
A password will be e-mailed to you.
নগাঁৱৰ মহখুলিত গুলীচালনাৰ ঘটনা।এখন বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।গাড়ীখনত আছিল ৫ জন যুৱক। আৰক্ষীৰ গুলীত চকা ফুটি ৰৈ যায় বাহনখন। বাহনখনৰ ৫ যুৱকক আটক কৰিছে আৰক্ষীয়ে।গুলীচালনাৰ কাৰন এই পৰ্যন্ত জানিব পৰা হোৱা নাই।।
You're visiting the official website of NEBharat24. NEBharat24 is a digital media platform based Guwahati, Assam that brings you latest updates from the entire North Eastern region of India along with various news from National and International scenario.
Prev Post
Next Post